Latestঅসমঃ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি প্রধানমন্ত্ৰী মোদীৰ By janakalyanbarta - July 17, 2026 0 FacebookXPinterestWhatsApp বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। https://www.janakalyanbarta.in/wp-content/uploads/2015/03/Indias-first-hydrogen-powered-train-is-here-Narendra-Modi-1080p-h264.mp4?_=1
বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। https://www.janakalyanbarta.in/wp-content/uploads/2015/03/Indias-first-hydrogen-powered-train-is-here-Narendra-Modi-1080p-h264.mp4?_=1