বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্রণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ পাইছে।

আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৯.৬ শতাংশ বৃদ্ধি পাই প্রতি বেৰেলত ৮৩ ডলাৰ আৰু ৩০ চেণ্টত উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ মানদণ্ডত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য প্রায় ৯.৪ শতাংশ বৃদ্ধি পাই প্রতি বেৰেলত ৭৮ ডলাৰ আৰু ১৪ চেণ্ট হৈছে।

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories