ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি প্রধানমন্ত্ৰী মোদীৰ

বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে।

Hot this week

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

spot_img

Related Articles

Popular Categories