ড০ মুকুল কুমাৰ শৰ্মাৰ হৃদয় ভূচিত্ৰ – এ মেপ অব হাৰ্টলৈ আমেৰিকাত স্বৰ্ন পুৰস্কাৰ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈও নিৰ্বাচিত

প্ৰেছ বিজ্ঞপ্তি, ২৮।১০।২০২৬

ড০ মুকুল কুমাৰ শৰ্মাৰ হৃদয় ভূচিত্ৰ – এ মেপ অব হাৰ্টলৈ আমেৰিকাত স্বৰ্ন পুৰস্কাৰ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈও নিৰ্বাচিত

ড০ মুকুল কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি খনে ছেপ্তেম্বৰ মাহত আমেৰিকাৰ সন্মানীয় আন্তৰ্জাতিক ইণ্ডিপেন্ডেন্ট ফিল্ম এৱাৰ্ডচৰ স্বৰ্ন পুৰস্কাৰ বোলছবি খনে লাভ কৰিছে।

 

অলপতে বোলছবি হৃদয় ভূচিত্ৰ- এ মেপ অব হাৰ্ট জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ বাছনি হৈছে।

ইতিমধ্যেই সন্মানীয় নিউ ফিল্ম মেকাৰ্চ নিউয়ৰ্ক আন্তৰ্জাতিক বোলছবি মহোৎসৱলৈ ই বাছনি হৈছে।

পীতাম্বৰ প্ৰডাক্সনচৰ বেনাৰত নিৰ্মিত
বোলছবিখনৰ চিত্ৰনাট্যকাৰ যুতীয়া ভাৱে ভাস্কৰজ্যোতি দাস আৰু ড০ শৰ্মা। এইখন প্ৰয়াত দাসৰ অন্তিম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ চিত্ৰনাট্য। অসমৰ চিকিৎসা বৃত্তি ত্যাগ কৰি তেখেতে চলচ্চিত্ৰ নিৰ্মাণৰ কলা শিকিবলৈ ইউৰোপত বিশ বছৰ অতিবাহিত কৰোঁতে লৈংগীক সংখ্যা লঘু ও কুয়্যাৰ সকলক ওচৰৰ পৰা পাইছিল ।

পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী এ প্ৰকাশ কৰা জনপ্ৰিয় উপন্যাসোপম জীৱনী গ্ৰন্থ হৃদয় ভূচিত্ৰৰ মূল প্ৰেমৰ কাহিনী ৰ ওপৰত বোলছবি খন আধাৰিত। কিতাপ খনৰ পাণ্ডুলিপিটৌ ২০২৩ চনৰ বছৰটোত অসমৰ ইউজিচি কেয়াৰ লিষ্টেড আলোচনী সাতসৰীয়ে ধাৰাবাহিক ভাৱে প্ৰকাশ কৰিছিল যৰ পৰাই চিত্ৰনাট্যখন লিখা হৈছিল ।ড০ শৰ্মাই সাদিন গোষ্ঠী, আৰু সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীলৈ কৃতজ্ঞতা প্ৰকাশ কৰি জনায়: – ” সংখ্যা লঘু লৈংগীক পৰিচয়ৰ যুৱক যুৱতীয়ে গোপনে ৰখা প্ৰেমৰ সম্পৰ্কৰ ভিন্ন দিশ উপস্থাপন কৰা বোলছবিখনে কেবাটাও সন্মানীয় আন্তৰ্জাতিক বোলছবি মহোৎসৱলৈ নিৰ্বাচিত হোৱাটৌ ভাৰত আৰু অসমৰ কুয়েৰ সম্প্ৰদায়ৰ বাবে অতি গৰ্বৰ বিষয়। “

কিতাপখন বৰ্তমান শিবসাগৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ৰ লিংগ আৰু যৌনতা অধ্যয়ন কাকতৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ আছে। গ্ৰন্থখন, আৰু লগতে বোলছবিখন অসমৰ কুয়্যাৰ ও লৈংগীক সংখ্যালঘু সকলৰ ওপৰত হোৱা প্ৰথম জীৱন কাহিনী।

স্বাগতা ভৰালীয়ে অভিনয় কৰা মূল ছৰিত্ৰটৌ এগৰাকী প্ৰতিভাসম্পন্ন লিংগ মধ্যবৰ্তী লিংগৰূপান্তৰকাৰী শিক্ষাৰ্থীৰ (gender non – binary transgender) যাক মই ২০২৩ চনত গোলাঘাট চহৰত লিংগৰূপান্তৰকাৰী অধিকাৰ বিষয়ৰ ভাষন দিবলৈ যাওঁতে লগ পাইছিলোঁ। অসমীয়া বোলছবিত প্ৰথমবাৰৰ বাবে লিংগ মধ্যবৰ্তী লিংগৰূপান্তৰকাৰী ছৰিত্ৰ এটা উপস্থাপিত হৈছে। ৰাস্ত্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰ বৰুৱাই অভিনয় কৰা চৰিত্ৰটৌওঁ গুৱাহাটীৰ এজন অতি প্ৰতিভাধৰ কুয়েৰ যুৱকৰ ওপৰত আধাৰিত। নিশিৰঞ্জন কে মল্লিকাইও এগৰাকী লুকাই থকা লিংগৰূপান্তৰকাৰী ছোৱালী ৰ অভিনয় কৰিছে।

ড০ শৰ্মা অসমৰ সামাজিক লিংগ শিক্ষা সজাগতাৰ এজন অগ্ৰনী কৰ্মী, আৰু সৰ্থেবাৰী স্থিত বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰীৰ ইংৰাজী বিষয়ৰ সহযোগী অধ্যাপক।

ড০ শৰ্মাই অসম চৰকাৰৰ ‘ট্ৰানজাণ্ডাৰ বা লিংগৰূপান্তৰকাৰী ব্যক্তিৰ অধিকাৰ আৰু সুবিধা’ শীৰ্ষক সজাগতাৰ এজন সমল ব্যক্তি আৰু গুৱাহাটী (মহানগৰ), গোলাঘাট, বৰপেটা জিলাৰ চৰকাৰী অনুষ্ঠানৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠানতো এই বিষয়ৰ সমল ব্যক্তি হিচাপে কাম কৰি আহিছে ।

 

অইন চৰিত্ৰ বোৰত অভিনয় কৰিছে মুকুল, অংকিতা বৰুৱা , দীপক ৰয়, হিমাংশু ভাৰতী, ৰক্তিম নাথ আদি। অহাবছৰলৈ মুক্তি পাব লগীয়া বোলছবিখনৰ পোষ্ট প্ৰডাকচন ও ৱেবচাইত মেনেজাৰ হিচাপে আছে মৃদুমলয় শৰ্মা ।
…..

By Pitambar Productions

 

Propriator

Dr Mukul Kumar Sarma

Bapujee College

Sarthebari-781307

Phone-9954704350

 

https://www.facebook.com/share/1JLBnyvjfq/

Website link of my Pitambar Productions:

Home

Home Address:
Xomonyoy bylane
Japarkuchi, Nalbari
PO Terechia
Pin – 781334

…….

 

A Press Release: 28.10.26

Dr Mukul Kumar Sarma’s Hridoy Bhuchitra – A Map of Heart won gold Award, selected for Jaipur International Film Festival

Hridoy Bhuchitra – A Map of Heart a full-length Assamese narrative feature film by Dr Mukul Kumar Sarma is selected for the prestigious Jaipur International Film Festival to be held from 8th -12th January in Jaipur.
The movie won gold award from the reputed International Independent Film Awards of the USA. It already had the official selection for the prestigious New Filmmakers New York 2026 Film Festival.

 

The script of the film is by Bhaskarjyoti Das and Dr Sarma, and it’s directed by Dr Sarma himself. This is brilliant script writer Late Das’ last feature script, who had lived in Europe for twenty years to learn film making sacrificing a medical career in Assam.

Dr Sarma, a prominent activist on Gender and queer rights, is an Associate Professor of English, Bapujee College, Sarukshetri. Made under Pitambar Productions, the story of the movie is based on Dr Sarma’s popular Assamese biography, Hridoy Bhuchitra, published by Purbayon Publication, manuscript of which was published in series by assames magazine Satsari in 2023. The book Hridoy Bhuchitra figures in the syllabi of the Gender and Sexuality Studies papers for English courses of Sibsagar University. The book and movie are first ever biographies on queer lives of Assam.

“A biography movie presenting hidden romantic relationships of gender-based, sexual minorities is selected for the prestigious Jaipur International Film Festival and others, and even won International gold award. It’s an honour for queers. All characters are based on real people. Swagata Bharali, performs a gender non-binary transgender protagonist. For the first time in the history of Assamese film, a protagonist is shown as a gender non-binary transgender, lt is inspired a talented courageous student of DR College, Golaghat who came to listen to my lecture on Transgenders. Even, male protagonist of the movie, performed by Bhaskar Baruah is based on a talented queer youth of Guwahati, who defied heavy societal pressure to marry. I hope my book Hridoy Bhuchitra and film Hridoy Bhuchitra-A Map of Heart must be read and watched by all guardians, couples and teachers so that we can save valuable young lives. The movie utilizes adequately contextual song and dance to engage audience, ” Dr Sarma opines.

Dr. Sarma has been serving as a state resource person for the Assam Government’s awareness programmes on “Rights and Privileges of Transgender community ” for Guwahati (Metro), Golaghat and Barpeta districts.
He has also been working as a resource person on this subject at various educational institutions.

Other actors of the movie are Mukul, Ankita Baruah, Pratibha Choudhury, Akshay Kaushik Baruah, Dipak Roy, Himangshu Bharati, Raktim Nath etc. Biraj Barman is it’s music composer while it’s background score is by Aparajith Sris. The cinematography is by Nandan. Mridumoloy Sarma functions as the website and postproduction manager of the movie that will be released next year.

….

By Pitambar Productions

 

Propriator

Dr Mukul Kumar Sarma

Bapujee College

Sarthebari-781307

Phone-9954704350

 

https://www.facebook.com/share/1JLBnyvjfq/

Website link of my Pitambar Productions:

Home

Home Address:
Xomonyoy bylane
Japarkuchi, Nalbari
PO Terechia
Pin – 781334

Hot this week

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...

ডিব্ৰুগড়ৰ ডি.ডি.আৰ. কলেজৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ‘চেতনা সম্ভাৰ’ উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগডৰ চাবুৱাত থকা ডি....

Topics

ৰাজশ্ৰী সেনাপতি গগৈ জুবিন গাৰ্গৰ ওপৰত লিখা লিখনি ইটালীৰ Cavaliere News-ত প্ৰকাশ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা IFCH আৰু Chinmaya Foundation ৰ...
spot_img

Related Articles

Popular Categories